February 4, 2025 6:46 PM | PM Modi Congratulation

printer

বেলজিয়ামৰ নতুন প্রধানমন্ত্রী বাৰ্ট ডে ৱেভাৰক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলজিয়ামৰ নতুন প্রধানমন্ত্রী বাৰ্ট ডে ৱেভাৰক আজি অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে ভাৰত-বেলজিয়ামৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে বিভিন্ন পৰকীয় বিষয়ত সহযোগিতাৰে কাম কৰাৰ আশা প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।