দেশৰ উদীয়মান বেডমিণ্টন তাৰকা অনমোল খাবেইয়ে আজি লিউভেনত অনুষ্ঠিত বেলজিয়াম ইণ্টাৰনেচনেল ২০২৪ প্রতিযোগিতাৰ মহিলাৰ একক শাখাত জয়লাভ কৰি প্ৰথমটো ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰিবলৈ সমৰ্থ হয়। ১৭ বছৰীয়া খেলুৱৈগৰাকীয়ে ডেনমাৰ্কৰ প্ৰতিদ্বন্দ্বীক ২৪–২২, ১২-২১ আৰু ২১-১০ পইণ্টত পৰাস্ত কৰে।
Assamese | September 15, 2024 8:27 PM | Anmol Kharb
বেডমিণ্টন তাৰকা অনমোল খাবেইৰ বেলজিয়াম ইণ্টাৰনেচনেল ২০২৪ প্রতিযোগিতাৰ মহিলাৰ একক শাখাত জয়লাভ