July 21, 2026 7:38 PM | Anita pal

printer

বিশেষ এন দি পি এছ আদালতৰ অনিতা পাল নামৰ এগৰাকী মহিলাক ১০ বছৰ সশ্ৰম কাৰাদণ্ড

কামৰূপ মহানগৰ জিলাৰ বিশেষ এন দি পি এছ আদালতে আজি হেৰ’ইন সৰবৰাহৰ গোচৰত অনিতা পাল নামৰ এগৰাকী মহিলাক ১০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমণা বিহে। মাদক দ্রব্য নিয়ন্ত্ৰণ ব্যুৰোই ৰেল সুৰক্ষা বাহিনীৰ সহযোগত ২০২২ চনৰ ১৩ জুনত অনিতা পালক ২৮৯ গ্রাম হেৰইনসহ গ্ৰেপ্তাৰ কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।