গুজৰাটত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে’লৱেই যাত্ৰীসকলৰ সুবিধার্থে আহমেদাবাদৰ পৰা দুখন বিশেষ ৰে’লগাড়ীৰ চলাচল কৰোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰে এখন ৰে’লগাড়ী দিনৰ চাৰে ১১ বজাত আহমেদাবাদৰ পৰা নতুন দিল্লীলৈ আৰু আনখন দিনৰ ১২ বজাত আহমেদাবাদৰ পৰা মুম্বাইলৈ ৰাওনা হ’ব।
Assamese | June 12, 2025 9:08 PM | Indian Railway
বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ সুবিধার্থে ভাৰতীয় ৰে’লৱেৰ আহমেদাবাদৰ পৰা দুখন বিশেষ ৰে’লৰ ব্যৱস্থা