ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যই বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদ – বিটিচিৰ বিধানসভা অধিবেশনৰ দিন আনুষ্ঠানিকভাৱে জাৰি কৰিছে। ৰাজভৱনে জাৰি কৰা জাননী অনুসৰি অহা ৩১ জুলাইত পুৱা দহ বজাত অধিবেশন অনুষ্ঠিত হ’ব। কোকৰাঝাৰৰ বডোফা নগৰত অৱস্থিত পৰিষদৰ এছেম্বলি হাউচত এই অধিবেশন অনুষ্ঠিত হ’ব।
Assamese | July 25, 2025 8:19 PM | BTC Assembly
বিটিচিৰ বিধানসভা অধিবেশনৰ দিন আনুষ্ঠানিকভাৱে জাৰি