বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আজি আৰক্ষী আৰু সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰ বাবে দাবী জনোৱা প্ৰতিবাদকাৰীৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। প্ৰতিবাদকাৰীসকলে নিজৰ দাবী মানি লোৱা উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰাৰ লগতে ৰে’ল সেৱাত ব্যাঘাত জন্মায়।
বাংলাদেশৰ আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনিচুল হকে চৰকাৰে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবীত নীতিগতভাৱে সন্মত আৰু প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰিবলৈ সাজু বুলি কয়।
Assamese | July 18, 2024 8:59 PM | Bangladesh
বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজৰ সংঘৰ্ষত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত