ফিডে মহিলা দবা বিশ্বকাপৰ ফাইনেলত ভাৰতৰ কনেৰু হাম্পি আৰু দিব্যা দেশমুখৰ মাজৰ খেলখন কালি অমিমাংসীতভাৱে সমাপ্ত হয়। জর্জিয়াৰ বটুমিত অনুষ্ঠিত খেলখনত দিব্যাই বগা আৰু কনেৰু হাম্পি ক’লা গুটীৰে অৱতীৰ্ণ হয়। দুয়োগৰাকী খেলুৱৈয়ে আধা পইণ্ট লাভ কৰে। ফাইনেলৰ দ্বিতীয়খন খেল আজি অনুষ্ঠিত হ’ব।
Assamese | July 27, 2025 11:27 AM | FIDE woman's world cup chess
ফিডে মহিলা দবা বিশ্বকাপৰ ফাইনেলত ভাৰতৰ কনেৰু হাম্পি আৰু দিব্যা দেশমুখৰ খেল অমিমাংসীত