প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মহাৰাষ্ট্ৰৰ মুম্বাইলৈ যাব। এই ভ্রমণকালত শ্রীমোদীয়ে গোৰেগাঁৱৰ NESCO প্রদর্শনী কেন্দ্ৰত ২৯ হাজাৰ ৪০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, ৰে’লৱে আৰু বন্দৰ খণ্ডৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগত শ্ৰীমোদীয়ে আই এন এছ টাৱাৰ মুকলি কৰাৰ বাবে ইণ্ডিয়ান নিউজ ছাৰ্ভিচ ছেক্রেটেৰিয়েট ভ্ৰমণ কৰিব ।
Assamese | July 12, 2024 8:31 PM
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ মুম্বাই ভ্ৰমণ