পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰে। মন্ত্ৰী শ্ৰীদাসে সাংবাদিকসকললৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এসময়ত সাংবাদিকতাৰ সৈতে জড়িত হৈ থকাৰ বাবে এটা তেওঁৰ বাবে গৌৰৱৰ মুহুৰ্ত বুলি প্ৰকাশ কৰে। অনুষ্ঠানত বজালীৰ আয়ুক্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে বজালীৰ পাঠশালাৰ বিৰবিৰাত জনসাধাৰণৰ সৈতে মত বিনিময় কৰে।
Assamese | May 18, 2025 7:23 PM | Patacharkuchi Press Club | Ranjeet Kr. Das
পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত ভৱনটো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উদ্বোধন