পশ্চিমবংগৰ আলু অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে দেখা দিয়া মূল্যবৃদ্ধিৰ সমস্যা ওৰ পেলোৱাৰ উদ্দেশ্যে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত আজি বৈঠক অনুষ্ঠিত হয়। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে গ্রাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগেও কেন্দ্ৰীয় চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | August 7, 2024 8:15 PM | Assam Minister | Ranjit das
পশ্চিমবংগৰ আলু অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে দেখা দিয়া মূল্যবৃদ্ধিৰ সমস্যাৰ সমাধানৰ বাবে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত বৈঠক