স্বাধীনতা সংগ্রামী, শিক্ষাবিদ আৰু সমাজ সংস্কাৰক পণ্ডিত মদন মোহন মালব্যৰ আজি জন্মবার্ষিকী। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে পণ্ডিত মালব্য এগৰাকী সক্ৰিয় স্বাধীনতা সংগ্ৰামী হোৱাৰ লগতে তেওঁ জীৱনজুৰি শিক্ষাৰ প্ৰসাৰত অগ্রণী ভূমিকা পালন কৰিছিল। দেশৰ প্ৰতি পণ্ডিত মদন মোহন মালব্যৰ অৱদান সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব বুলিও তেওঁ প্ৰকাশ কৰে।
Assamese | December 25, 2024 6:37 PM | Madan Mohan Malaviya
পণ্ডিত মদন মোহন মালব্যৰ জন্মবার্ষিকীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাৰ্ঘ্য