প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও নৌসেনা দিৱস উপলক্ষে বাহিনীটোৰ জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহলৈ শুভকামনা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ ভাৰতীয় নৌসেনাক দেশখনৰ সমুদ্ৰ পথৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰে।
Assamese | December 4, 2024 7:52 PM | Defense Minister
নৌসেনা দিৱসত জোৱান তথা পৰিয়াললৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ শুভকামনা