July 15, 2024 6:35 PM | PM Congrasulations

printer

নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কে পি শর্মা অ’লীক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কে পি শর্মা অ’লীক শুভেচ্ছা জনাইছে। শ্রীমোদীয়ে এটা বাৰ্তাত কয় যে, তেওঁ ভাৰত আৰু নেপালৰ মাজৰ বন্ধুত্বক আৰু অধিক দৃঢ় কৰি তোলাৰ লগতে দ্বিপাক্ষীক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব।