ভাৰত আৰু জাৰ্মানীৰ মাজৰ উন্নয়নমূলক সহযোগিতা আগবঢ়াই নিয়াৰ উদ্দেশ্যে নীতি আয়োগ আজি নতুন দিল্লীত জার্মান প্রতিনিধি দলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত নিকা শক্তি, পৰিৱেশ সংৰক্ষণ, স্থায়ী বিকাশ, কৃষি সংস্কাৰ, জল ব্যৱস্থাপনা আৰু সেউজ অৰ্থনীতিত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অংশগ্ৰহণৰ দৰে বিষয়সমূহক লৈ আলোচনা কৰা হয় ৷ দুয়োপক্ষৰ জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰা আৰু নিৰন্তৰ বিকাশৰ বাবে পাৰস্পৰিক সহযোগিতা সুদৃঢ় কৰা সম্পর্কে মত পোষণ কৰে ৷
Assamese | June 13, 2026 5:53 PM | NITI Aayog Meet
নতুন দিল্লীত জার্মান প্রতিনিধি দলৰ সৈতে নীতি আয়োগৰ বৈঠক