ধুবুৰী জিলাত কালি পৃথক পৃথক দুটা দুর্ঘটনাত এটি শিশুৰ লগতে এজন ছাত্ৰৰ মৃত্যু হয়। বিলাসীপাৰাৰ হাতীপোতা দ্বিতীয় খণ্ডত এখন অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত এটি শিশুৰ থিতাতে মৃত্যু হয়। ইপিনে বিলাসীপাৰা ১৭ নম্বৰ ৰাষ্ট্ৰীয় সূৰ্যখাটাত ট্রাক আৰু মটৰচাইকেলৰ মাজৰ সংঘৰ্ষত এজন ছাত্ৰই প্ৰাণ হেৰুৱায় ৷ আৰক্ষীয়ে দুয়োটা দুর্ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Assamese | February 23, 2025 11:59 AM | Road Accident at Dhubri
ধুবুৰী জিলাত পৃথক পৃথক দুটা দুর্ঘটনাত এটি শিশুৰ লগতে এজন ছাত্ৰৰ মৃত্যু