June 12, 2026 12:19 PM | Prseident

printer

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি উত্তৰাখণ্ডলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আজি দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যাব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ডেৰাদুনৰ ভাৰতীয় সামৰিক একাডেমীৰ ১৫৮ সংখ্যক নিয়মীয়া পাঠ্যক্ৰম আৰু ১৪১ সংখ্যক কাৰিকৰী স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰা সকলৰ দিক্ষান্ত কুচকাৱাজ পৰিদৰ্শন কৰিব।