আম আদমী পাৰ্টীয়ে দিল্লী বিধানসভাৰ আসন্ন নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত অনুষ্ঠিত দলৰ বিধায়কসকলৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কালি দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, আই এন ডি আই মিত্রজোঁট অকল লোকসভা নিৰ্বাচনৰ বাবে গঠন কৰা হৈছিল। তেওঁ কয় যে, আম আদমী পার্টিয়ে লোকসভা নির্বাচনত কংগ্ৰেছৰ সৈতে একেলগে অৱতীৰ্ণ হৈছিল কিন্তু দলটোৱে দিল্লী বিধানসভা নিৰ্বাচনত দলটোৰ সৈতে মিত্ৰতা নকৰে।
Assamese | June 7, 2024 11:42 AM | Delhi AAP
দিল্লী বিধানসভাৰ আসন্ন নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব আম আদমী পাৰ্টীয়ে