দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ পাছত ইয়াৰ প্ৰতি সমর্থন জনাই সামাজিক মাধ্যমযোগে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ৰাজ্যত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ২১ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে। তেওঁ লগতে আৰক্ষীয়ে আগলৈয়ো এই অভিযান চলাই যাব বুলি প্রকাশ কৰিছে।
Assamese | November 16, 2025 12:21 PM | 21 arrested in Assam for reacted on social media about Delhi Terror attacks
দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ পাছত সামাজিক মাধ্যমযোগে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ৰাজ্যত ২১ জন লোকক গ্ৰেপ্তাৰ