তিনিচুকীয়া জিলাৰ বাৰেকুৰিত অহা ২৩ আৰু ২৪ অক্টোবৰত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱস উদযাপন কৰা হ’ব। এই দিৱস উদযাপন সন্দৰ্ভত তিনিচুকীয়া জিলা আয়ুক্তৰ সভাকক্ষত কালি এখন সভা অনুষ্ঠিত হয়। সভাত বিধায়ক বলিন চেতিয়া, অতিৰিক্ত জিলা আয়ুক্তৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিবর্গ উপস্থিত থাকে।
Assamese | October 16, 2024 11:48 AM | Tinsukia District
তিনিচুকীয়া জিলাৰ বাৰেকুৰিত ২৩ আৰু ২৪ অক্টোবৰত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱস