July 22, 2026 7:54 PM | jorhat flood

printer

টীয়ক ৰাজহ চক্ৰৰ কেইবাটাও অঞ্চলৰ বান শিবিৰত খোৱাপানী, খাদ্য সামগ্ৰী বিতৰণ যোৰহাট জিলা প্ৰশাসনৰ

যোৰহাট জিলা প্ৰশাসনে টীয়ক ৰাজহ চক্ৰৰ কাকজান, নগাদেৱা, চিপাহীখোলাকে ধৰি কেইবাটাও অঞ্চলৰ শিবিৰত খোৱা পানী, খাদ্য সামগ্ৰী আৰু অন্যান্য প্রয়োজনীয় সামগ্রী যোগান ধৰিছে।

 জিলাখনৰ তিতাবৰ সমষ্টিত স্থাপন কৰা আশ্ৰয় শিবিৰত শিশুৰ বাবে উপযোগী কেতবোৰ কাম-কাজ কৰি তেওঁলোকক প্ৰতিকূল পৰিস্থিতিতো স্বাভাৱিক কৰি ৰখাৰ প্ৰয়াস কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।