জম্মু আৰু কাশ্মীৰৰ বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা আজি জাৰি কৰা হৈছে। এই পৰ্যায়ৰ নিৰ্বাচনত ৪০ টা সমষ্টিত অহা ১ অক্টোবৰত ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ৰ বাবে ১২ ছেপ্তেম্বৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১৩ ছেপ্তেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু ১৭ ছেপ্তেম্বৰ হ’ব মনোনয়ন পত্র প্ৰত্যাহাৰৰ অন্তিম দিন।
Assamese | September 5, 2024 6:02 PM | ECI | Election | India
জম্মু আৰু কাশ্মীৰৰ বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি