চৰকাৰে জনজাতীয় সম্প্রদায়সমূহৰ উন্নয়নৰ বাবে প্ৰায় ২ লাখ ৫০ হাজাৰ কোটি টকা ব্যয় কৰিছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ প’ডকাষ্টত মন্ত্ৰীগৰাকীয়ে কয়, যে এই ধনৰাশি বিভিন্ন মন্ত্ৰ্যালয়ে জনজাতীয় সম্প্রদায়সমূহৰ উন্নয়নৰ বাবে ব্যয় কৰিছে।
Assamese | June 20, 2025 11:21 AM | Jacob Oram
জনজাতীয় সম্প্রদায়সমূহৰ উন্নয়নৰ বাবে প্ৰায় ২ লাখ ৫০ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে : মন্ত্ৰী জুৱেল ওৰাম