ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰ্মন ছনমুগৰত্নম ৫ দিনীয়া ভ্রমণসূচীৰে ১৪ জানুৱাৰীত ভাৰতলৈ আহিব। এয়া হ’ব বিগত ১০ বছৰত ছিংগাপুৰৰ কোনো ৰাষ্ট্ৰপতিৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ । অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীৰ এই আসন্ন ভ্ৰমণ ভাৰত আৰু ছিংগাপুৰৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ সংখ্যক বার্ষিকীৰ সাক্ষী হ’ব। ভ্রমণকালত শ্ৰী ছনমুগৰত্নমে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব।
Assamese | January 12, 2025 11:22 AM | Singapore President India Visit
ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰ্মন ছনমুগৰত্নম ৫ দিনীয়া সূচীৰে ১৪ জানুৱাৰীত ভাৰত ভ্ৰমণ