ছট্টিশগড়ত মাওবাদীৰ দ্বাৰা সংঘটিত এল ই ডি বিস্ফোৰণৰ ঘটনাত এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ মৃত্যু হয়। ৰাজ্যখনৰ চুমা জিলাত আজি পুৱাৰ ভাগত সংঘটিত এই ঘটনাৰ সময়ত আৰক্ষীৰ এটা দলে অঞ্চলটোত তহল দি আছিল। বিস্ফোৰণৰ ফলত আকাশ ৰাও গিৰিপুঞ্জে নামৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী নিহত হোৱাৰ লগতে আন কেইবাজনো আৰক্ষী আহত হয়।
Assamese | June 9, 2025 7:08 PM | Police Death by Maoist
ছত্তিশগড়ত মাওবাদীৰ এল ই ডি বিস্ফোৰণত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ মৃত্যু