নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট খন্তেক আগতে অন্ত পৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুমু, উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু অন্য কেন্দ্রীয় মন্ত্ৰীসকল অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত কদম কদম বঢ়ায়ে যা বাদ্য সংগীতৰ লগতে অন্যান্য সংগীতো পৰিবেশন কৰা হয়।
Assamese | January 29, 2025 8:00 PM | Beating Retreat
গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট সমাপ্ত