মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থক্ষেত্ৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা মধুপুৰ মহোৎসৱ অনুষ্ঠিত হ’ব। কাইলৈ দুপৰীয়া ২ বজাত সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ উদ্যোগত আৰু মধুপুৰ উৎসৱ উদযাপন সমিতিৰ সহযোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে মহোৎসৱ কাৰ্যসূচী আৰম্ভ হ’ব। উল্লেখযোগ্য যে মধুপুৰ সত্ৰত যোৱা ৩০ বছৰ ধৰি এই মহোৎসৱ পালন কৰি অহা হৈছে।
Assamese | December 23, 2025 7:39 PM | Coach Bihar Madhupur Satra
কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা মধুপুৰ মহোৎসৱ