কেৰালাৰ প্ৰসিদ্ধ সবৰীমালা আয়াপ্পা মন্দিৰ পৱিত্ৰ মন্দালা- মকৰাৱিলঙ্কু তীর্থযাত্ৰাৰ বাবে আজি বিয়লি মুকলি কৰা হ’ব। এই তীর্থযাত্ৰাৰ সময়ত ভগৱানৰ আশিষ বিচাৰি লাখ লাখ ভক্ত পৰ্বতৰ ওপৰত অৱস্থিত এই মন্দিৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। মন্দিৰ মুকলি কৰাৰ বাবে চূড়ান্ত পৰ্যায়ৰ প্ৰস্তুতি অব্যাহত আছে।
Assamese | November 16, 2025 12:29 PM | Sabarimala Ayyappan Temple in Kerala
কেৰালাৰ প্ৰসিদ্ধ সবৰীমালা আয়াপ্পা মন্দিৰ পৱিত্ৰ মন্দালা- মকৰাৱিলঙ্কু তীর্থযাত্ৰাৰ বাবে মুকলি কৰা হ’ব