জ্যেষ্ঠ আই এ এছ বিষয়া শ্রী গোবিন্দ মোহনে আজি নতুন কেন্দ্রীয় গৃহ সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰে। শ্ৰী অজয় কুমাৰ ভল্লাৰ কালি কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত তেওঁ এই কাৰ্যভাৰ গ্ৰহণ কৰে। উল্লেখ যোগ্য যে ১৯৮৯ বৰ্ষৰ আই. এ. এছ. বিষয়া শ্রী মোহন ইয়াৰ পূৰ্বে সংস্কৃতি মন্ত্ৰালয়ৰ সচিবৰ দায়িত্বত আছিল।
Assamese | August 23, 2024 6:28 PM | Senior IAS officer Govind Mohan assumes charge as Union Home Secretary
কেন্দ্রীয় গৃহ সচিব হিচাপে জ্যেষ্ঠ আই এ এছ বিষয়া শ্রী গোবিন্দ মোহনৰ দায়িত্বভাৰ গ্ৰহণ