অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত কাইলৈৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব। ১৪ দিনীয়াকৈ হ’বলগীয়া গ্রন্থমেলা সন্দৰ্ভত আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সবিশেষ তথ্য প্ৰকাশ কৰে।
Assamese | December 23, 2025 7:33 PM | Asom Book Fair
কাইলৈৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাত অসম গ্ৰন্থমেলা