ফিল্মছ এণ্ড টেলিভিছন ইনষ্টিটিউট অব ইণ্ডিয়া, এফ টি আই আই পুনেৰ এগৰাকী ছাত্ৰই নিৰ্মাণ কৰা এখন চলচ্চিত্রই ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত লা চিনে সন্মানৰ শীৰ্ষ বঁটা লাভ কৰিছে। এফ টি আই আইৰ ছাত্ৰ চিদানন্দ নায়কে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ নাম হৈছে “sunflowers were the first ones to know”। লা চিনে শিতানত সমগ্ৰ বিশ্বৰ দুহেজাৰ ২৬৩খন চলচ্চিত্ৰৰ ভিতৰত কেৱল ১৮খন চলচ্চিত্রহে নির্বাচিত কৰা হৈছিল। এই সকলোবোৰ চলচ্চিত্ৰই হৈছে বিশ্বৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা নিৰ্মিত।
Assamese | May 24, 2024 2:43 PM | FTII
কাঁ চলচ্চিত্ৰ মহোৎসৱত FTII পুণেৰ ছাত্ৰৰ দ্বাৰা নিৰ্মিত চলচ্চিত্ৰ, লা চিনে সন্মানৰ শীৰ্ষ বঁটা লাভ