প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘ওড়িশা পার্বা ২০২৪’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এই উপলক্ষে ভাষণ প্ৰদান কৰিব। ওড়িশা পাৰ্বা হৈছে নতুন দিল্লীৰ ওডিয়া সমাজ নামৰ এটা ন্যাসৰ দ্বাৰা পৰিচালিত এটা ধ্বজাবাহী অনুষ্ঠান । যাৰ জৰিয়তে ওডিয়া ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ চেষ্টা কৰা হয়।পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবেলি ২২ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ ওড়িশা পাৰ্বাৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ওড়িশাৰ চহকী ঐতিহ্য প্ৰদৰ্শন কৰাৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক ধৰণ আৰু সামাজিক-ৰাজনৈতিক নীতি প্ৰদৰ্শিত হৈছে।
Assamese | November 24, 2024 11:28 AM | Odisha
‘ওড়িশা পার্বা ২০২৪’ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ