কলকাতাৰ চিয়ালদাহ আদালতত আজি আৰ জি কৌৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যা গোচৰত ট্ৰায়েল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি বি আয়ে এই গোচৰৰ মূল অভিযুক্ত সঞ্জয় ৰায়ৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। আদালতত এই বিচাৰ প্ৰক্ৰিয়া দৈনিক ভিত্তিত অব্যাহত থাকিব।
Assamese | November 12, 2024 8:40 AM | Kolkata | R G Kar Hospital Rape and Murder Case | rg kar
আৰ জি কৌৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যা গোচৰৰ ট্ৰায়েল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ