প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনত উদযাপন কৰিবলগীয়া দশম আন্তর্জাতিক যোগ দিৱস উপলক্ষে আজি সামাজিক মাধ্যম এক্সত অর্ধচক্ৰাসনৰ ভিডিঅ’ প’ষ্ট কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে হৃদযন্ত্ৰ ভালে ৰখা আৰু শৰীৰত তেজৰ চলাচল উন্নত কৰাৰ বাবে এই আসন অভ্যাস কৰিবলৈ সকলোকে আহ্বান জনায়। ভিডিঅ’টোত এই আসন কিদৰে কৰিব লাগে তাৰো বৰ্ণনা দিয়া হৈছে।
Assamese | June 15, 2024 2:30 PM | International Day of Yoga | PM Yoga | Yoga Day
আন্তর্জাতিক যোগ দিৱস উপলক্ষে সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী মোদীৰ অর্ধচক্ৰাসনৰ ভিডিঅ’ প’ষ্ট