আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস ৷ ভাৰতৰ শ্বেত বিপ্লৱৰ জনক হিচাপে খ্যাত ড° ভার্গিজ কুৰিয়েনৰ ১০৩ সংখ্যক জয়ন্তী উপলক্ষে এই দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ভাৰতীয় অৰ্থনীতি আৰু পুষ্টি সুৰক্ষাৰ ক্ষেত্ৰত দুগ্ধ খণ্ডৰ গুৰুত্বপূৰ্ণ অৱদানসমূহত আলোকপাত কৰা হ’ব। আজিৰ অনুষ্ঠানত পশুপালন আৰু দুগ্ধ খণ্ডৰ ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটাও প্ৰদান কৰা হ’ব।
Assamese | November 26, 2024 12:00 PM | National milk day
আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস; নতুন দিল্লীত বিশেষ অনুষ্ঠানৰ আয়োজন