অসম প্রদেশ বিজেপিৰ এখন বর্ধিত কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। এই সভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত প্ৰভাৰী হৰিশ দ্বিবেদী, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে দলৰ ভালেসংখ্যক শীর্ষ বিষয়ববীয়া উপস্থিত থাকিব।
Assamese | August 4, 2024 11:43 AM | BJP Assam Pradesh
আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম প্রদেশ বিজেপিৰ বর্ধিত কাৰ্যনিৰ্বাহক সভা