আকাশবাণীয়ে আজি ৯০ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৩৬ চনৰ আজিৰ তাৰিখতে ইণ্ডিয়ান ষ্টেট ব্রডকাষ্টিং ছাৰ্ভিচক অল ইণ্ডিয়া ৰেডিঅ’ নামেৰে আৰু স্বাধীনতাৰ পৰৱৰ্ত্তী সময়ত ১৯৫৬ চনত ইয়াক আকাশবাণী নামেৰে নামকৰণ কৰা হৈছিল। এই ঐতিহাসিক দিনটোৱে কেইবা প্ৰজন্মৰ ধাৰাবাহিকতা ৰক্ষা কৰা এটা শ্ৰৱ্য মাধ্যমৰ জনপ্ৰিয়তা আৰু দেশৰ সাংস্কৃতিক তথ্য আৰু সম্প্ৰচাৰৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব সম্পর্কে অৱলোকন কৰে।
Assamese | June 8, 2025 7:53 PM | Aakashbani
আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ