আই এন ডি আই মিত্রজোঁট ক্ষমতালৈ আহিলে অগ্নিবীৰ আঁচনি বন্ধ কৰা হ’ব বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঘোষণা কৰিছে। নতুন দিল্লীত কালি এখন জনসভাত ভাষণ দি শ্রীগান্ধীয়ে কয় যে, ঠিকাভিত্তিক নিযুক্তি ব্যৱস্থাই সেনা বাহিনীক দুৰ্বল কৰিব। অগ্নিবীৰ আঁচনিয়ে সেনা বাহিনীৰ মনোবল হ্ৰাস কৰা বুলি কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে।
Assamese | May 5, 2024 1:10 PM | Rahul Gandhi
আই এন ডি আই মিত্রজোঁট ক্ষমতালৈ আহিলে অগ্নিবীৰ আঁচনি বন্ধ কৰা হ’ব বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ঘোষণা