আই এছ এল ফুটবল প্রতিযোগিতাত যোৱা নিশা কলকাতাৰ কিশোৰ ভাৰতী ষ্টেডিয়ামত মহম্মেদান স্পর্টিং ক্লাব আৰু ওড়িশা এফ চিৰ মাজত অনুষ্ঠিত খেলখন গলশূন্যভাবে সমাপ্ত হয়। প্রতিযোগিতাত আজি ইষ্ট বেংগল এফ চি হায়দাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগীয়া দিনটোৰ দ্বিতীয়খন খেলত চেন্নাই এফ চি বেংগালুৰু এফ চিৰ মুখামুখি হ’ব।
Assamese | December 28, 2024 11:13 AM | ISL
আই এছ এলৰ কালি মহম্মেদান স্পর্টিং ক্লাব আৰু ওড়িশা এফ চিৰ খেলখন গলশূন্যভাবে সমাপ্ত