বাইচুং ভুটিয়া ফুটবল স্কুল আৱাসিক একাডেমীয়ে অহা ১৫ ডিচেম্বৰত উত্তৰ গহপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ১৭ বছৰ অনুৰ্ধৰ যুৱ ফুটবল প্রতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত নির্বাচিত খেলুৱৈসকলে বাইচুং ভুটিয়া ফুটবল স্কুল আৱাসিক একাডেমীত যোগদান কৰাৰ সুযোগ লাভ কৰিব। এই প্রতিযোগিতাখনে যুৱ খেলুৱৈসকলক দক্ষতা প্ৰদৰ্শনৰ সুযোগ দিয়াৰ লগতে পেচাদাৰী ফুটবলৰ দিশত আগবাঢ়ি যোৱাৰ বাবে এখন মঞ্চ প্ৰদান কৰি আহিছে।
Assamese | December 10, 2024 9:22 PM
অহা ১৫ ডিচেম্বৰত উত্তৰ গহপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ১৭ বছৰ অনুৰ্ধৰ যুৱ ফুটবল প্রতিযোগিতাৰ আয়োজন