অসম গ্ৰন্থ মেলাত আজি শিশুৰ দিন শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই উপলক্ষে পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ চিত্রাংকন, মুকলি কুইজ, কবিতা আবৃত্তি প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্রন্থমেলাত কালি পর্যন্ত ৫ কোটি ১০ লাখ টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।
Assamese | January 5, 2025 11:03 AM | Assam Book Fair
অসম গ্ৰন্থ মেলাত আজি শিশুৰ দিন