কেন্দ্রীয় বাজেট ২০২৫-২৬ত কৰা ঘোষণাসমূহ কাৰ্যকৰীকৰণৰ প্ৰতি লক্ষ্য ৰাখি অর্থনৈতিক পৰিক্ৰমা বিভাগে তিনি বছৰীয়া ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব, পিপিপি প্ৰকল্পৰ পাইপলাইন যুগুত কৰিছে। বিত্ত মন্ত্ৰালয়ে কয় যে, এই প্রকল্প পাইপলাইনত কেন্দ্ৰীয় আন্তঃগাঁথনি মন্ত্ৰালয়, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৮৫২টা প্রকল্প আছে। এই প্রকল্পসমূহত ১৭ লাখ কোটি টকাতকৈ অধিক ব্যয় হব। এই পাইপলাইনে বিনিয়োগকাৰী, উন্নয়নত অংশগ্ৰহণকাৰী আৰু অন্যান্য অংশীদাৰসকলক বিশেষভাৱে সহায় কৰিব।
Assamese | January 7, 2026 1:02 PM | PPP
অর্থনৈতিক পৰিক্ৰমা বিভাগৰ তিনি বছৰীয়া ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব প্ৰকল্পৰ পাইপলাইন যুগুত