ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বাকী ৪টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। কৃষিমন্ত্ৰী অতুল বৰাই আজি কামৰূপ জিলাৰ হাজোত মাৰাথন প্ৰচাৰ অভিযান চলায়। তেওঁ হাজো অঞ্চলৰ বিভিন্ন ঠাইত ৫টাকৈ নিৰ্বাচনী কার্যালয় উদ্বোধন কৰাৰ লগতে কেইবাখনো জনসভাত ভাগ লয়।
Assamese | April 25, 2024 7:25 PM | Assam Election Campaign
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত