সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যখনত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী পালন কৰে। ছাত্ৰ সন্থাৰ সদস্যসকলে মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিভিন্ন জিলাৰ সদৰত প্রতিবাদী শোভাযাত্রা উলিয়ায় আৰু মূল্যবৃদ্ধি ৰোধ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা ল’বলৈ চৰকাৰ ওচৰত দাবী জনায়।
Assamese | November 20, 2024 8:28 PM | AASU
অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী