ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ NDMA জনসাধাৰণলৈ এক পৰামৰ্শ যোগে কোনো অজ্ঞাত বিস্ফোৰক সামগ্ৰী স্পৰ্শ নকৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত NDMAই কয়, যে এই বিস্ফোৰক সামগ্ৰীসমূহ বিপদজনক হ’ব পাৰে আৰু মানুহৰ গভীৰ আঘাত আৰু মৃত্যু পর্যন্ত হ’ব পাৰে। সংস্থাটোৱে কয়, যে যদি কোনো লোকে কোনো অজ্ঞাত সামগ্ৰী উদ্ধাৰ কৰে, তেন্তে স্থানীয় কর্তৃপক্ষক তৎক্ষণাত অৱগত কৰিব লাগে।
Assamese | May 12, 2025 11:37 AM | NDMA Instruction
অজ্ঞাত বিস্ফোৰক সামগ্ৰী স্পৰ্শ নকৰিবলৈ আহ্বান জনসাধাৰণলৈ আহ্বান NDMAৰ