September 15, 2026 12:09 PM | C-TET Exam

printer

অহা ১২ আৰু ১৩ ডিচেম্বৰত দেশজুৰি চি-টেট অনুষ্ঠিত

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা ১২ আৰু ১৩ ডিচেম্বৰত দেশজুৰি চি-টেট অনুষ্ঠিত কৰিব। এই সন্দৰ্ভত কালি এখন জাননী প্রকাশ কৰি পৰিষদে কয়, যে প্ৰাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া কেন্দ্ৰ আৰু পৰীক্ষাৰ তাৰিখ পৰীক্ষাৰ ১৫ দিন পূর্বে চি-টেট পোৰ্টেলত উপলব্ধ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।