June 17, 2026 10:23 PM

views 11

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকীৰ সাক্ষ্য প্ৰদান

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকীয়ে সাক্ষ্য প্ৰদান কৰে। বিপুল ফুকন, জিতু ফুকন আৰু বিকাশ শ‍ইকীয়াই আজি সাক্ষ্য প্ৰদান কৰে।  আজি সাক্ষীৰ বাবে আদালতে ৪ গৰাকী এজাহাৰ দাখিলকাৰীক চমন জাৰি কৰিছিল যদিও যাদৱ শ‍ইকীয়া নামৰ ব্যক্তিগৰাকী অনুপস্থিত থাকে।  উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্রান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা ৮ জুনৰ পৰা আদালতে সাক্ষ্য গ্রহণ কৰি আছে। অহ...