October 17, 2025 7:32 PM

views 35

অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী হাফলং কাৰাগাৰত উপস্থিত

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দর্ভত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত তেওঁলোকক হাফলং কাৰাগাৰলৈ নিয়া হয়। ব্যাপক নিৰাপত্তাৰ মাজত তেওঁলোকক কাৰাগাৰলৈ কঢ়িয়াই নিয়া গাড়ী কেইখন সন্ধিয়া ৬ বাজি ১৫ মিনিটত হাফলঙ উপ কাৰাগাৰত উপস্থিত হয়। তেওঁলোকক সুকলমে কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰোৱা হৈছে। ইয়াৰ আগতে ১৪ দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত শেখৰ জ্যোতি গোস্বামী আৰু অমৃত...