July 29, 2026 8:14 PM

views 5

দেওবাৰে বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সংকল্প অভিযান মুকলি

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা দেওবাৰে মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে এশ সপ্তাহজোৰা বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সংকল্প অভিযান মুকলি কৰিব। এই ৰাষ্টজোৰা জন অংশগ্রহণ অভিযান মাই ভাৰত মঞ্চৰ জৰিয়তে ৰূপায়ণ কৰা হ'ব। সজাগতা আৰু সমুহীয়া অংশগ্ৰহণৰ জৰিয়তে নিচামুক্ত ভাৰত নিৰ্মাণৰ বাবে যুৱ প্রজন্মক সমুহীয়া ৰাষ্ট্ৰীয় অভিযানেৰে ঐক্যবদ্ধ কৰাই এই উদ্যমৰ মূল উদ্দেশ্য। যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে প্ৰকাশ কৰা মতে, মাই ভাৰত স্বেচ্ছাসেৱক, ভাৰত ৰাষ্ট্ৰীয় সেৱা আঁচনি-এন এছ এছ স্বেচ্ছাসেৱক, যুৱ সংঘ, বিদ্যাল...