September 20, 2026 7:58 PM

views 15

উমৰাংছ’ত ২৪ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত বিশ্ব পর্যটন দিৱসৰ আয়োজন

ডিমা হাচাও জিলাৰ উমৰাংছ'ত অহা ২৪ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্য্যায়ৰ বিশ্ব পর্য্যটন দিবস পালন কৰা হ'ব। ডিমা হাচাওৰ প্ৰাকৃতিক সৌন্দর্য্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্য্যটন থলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্য্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হৈছে। এই অনুষ্ঠানত হ'বলগীয়া আলোচনাত অসমত পৰ্য্যটন আৰু পাহাৰীয়া পৰ্য্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্রিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্য্যসূচীকে ধৰি ভালেমান ...