February 13, 2025 9:22 PM

views 80

আজি বিশ্ব ৰেডিঅ’ দিৱস

আজি বিশ্ব ৰেডিঅ’ দিৱস। এইবাৰৰ এই দিৱসৰ মূল বিষয় হৈছে ৰেডিঅ' আৰু জলবায়ু পৰিৱৰ্তন। ইউনেস্ক’ৰ উদ্যোগত ২০১২ চনৰ পৰা পালন কৰি অহা এই দিৱসত অনাতাঁৰ মাধ্যমৰ কাম-কাজ আৰু জনসাধাৰণৰ মাজত ইয়াৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰাৰ লগতে বিভিন্ন বিষয়ত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হৈ আহিছে। আজি এই দিৱস উপলক্ষে বিশ্বৰ বিভিন্ন অনাতাঁৰ কেন্দ্ৰত ভিন ভিন কাৰ্যসূচীৰে আয়োজন কৰা হয় ৷ আকাশবাণীৰ সঞ্চালক প্ৰধান ড° প্ৰজ্ঞা পালিৱাল গৌড়ে এই উপলক্ষে দিয়া এটা বাণীত আকাশবাণীক অধিক দায়বদ্ধ আৰু সমাজ সচেতন কৰি তোলাৰ ওপৰত গুৰুত্ব আ...